65% COMPLETE



        We are Launching very soon. Please wait for a while. You will not be disappointed.



    নিৰাশ নহব,অলপ অপেক্ষা কৰক। মুকলি আকাশৰ তলত সজাগতাৰ বাহৰ পাতিবলৈ আমি আহি আছো।

Who We Are

"আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব" ভূপেনদাৰ এই গীতটিৰ যোগেদি হয়তো আমি সাধাৰণ জনৰ কথা কও কিন্তু সেইখন তালিকাত আমিও আছো । আমাৰ প্ৰত্যেকৰে সপোন আছে। সমাজখন, জাতিটো, দেশৰ বাবে কিবা এটা কৰি যোৱাৰ । কিন্তু সেই কৰিম কৰিম মানসিকতাই বাস্তৱ ক্ষেত্ৰত প্ৰাণ পাই উঠাত বহু পলম কৰিছে যাৰ ফলত আমাৰ সমাজ আৰু জাতিৰ লগতে ভাষাটোৰ অস্তিত্বও শংকাৰ গৰাহত। তাৰ মাজতো আমি সকলোৱে একত্ৰিত হৈ এগচি আশাৰ বন্তি প্ৰজ্জ্বলিত কৰাৰ চেষ্টা কৰিছোঁ । এই বন্তিগজে নিশ্চয় আমাৰ আন্ধাৰস্বৰূপ ব্যাধিসমূহৰ পৰা আমাক মুক্ত কৰি পোহৰাই তুলিব । সমাজ জাতিক এটি দিশ দেখুৱাব। আগন্তুক প্ৰজন্মক অসমীয়াৰ জীৱনবোধ বুজাব নালাগিবনে ? সকলো কথাই জানো ৰাষ্ট্রযন্ত্ৰৰ ওপৰত দুখাৰূপ কৰি গা এৰা দিয়া উচিত ? তেনে এক জাগ্ৰত চিন্তা আগত ৰাখি আগবাঢ়িছো । সাধাৰণ জনৰ আশীৰ্বাদ শিৰোধাৰ কৰি দেশ আৰু জাতিৰ হকেই সংঘৰ্ষ কৰা কাৰক হ'ব জাগ্রত অসমীয়া।

Web Hosting Linux Reseller Hosting